Asomiya.Net | TajMp3.Com (Hi-Speed Download Site)
Whatsapp status Valentine day| funny status for facebook | good morning status fb | whatsapp status | funny quotes fb| funny status message | funny status for facebook | funny quotes | funny fb status | good morning status facebook
Post by Admin [Mozilla/IN]
» এবাৰ ছোৱালী এজনী আৰু লৰা এটাৰ ব্ৰেক- আপ হল ৷ ইজনে সিজনক বহুতো ভাল পাইছিল, কিন্তু ভুল বুজাবুজি বাবে সিহতৰ সমন্ধ অন্ত পৰিছিল ৷ কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পেনীৰ ইন্টাৰভিউ দিবলৈ গৈ লগা লগি হল ৷ খা- খবৰ সুধি ছোৱালী জনীয়ে কলে --- ছোৱালী : শুনিছো, তোমাৰ নতুন গাৰ্ল ফেৰ্ন্ড জনী বুলে বহুত ধুনীয়া ৷ লৰা: লগৰবোৰে তেনেকৈ কয় ৷ ( কিন্তু তোমাতকৈ ধুনীয়া নহয়) ছোৱালী ; তাই বোলে বহুত ডাঙৰ কোম্পেনীত চাকৰি কৰে ? লৰা : হয় ৷ বহুত দৰমহা পায় ৷ ( কিন্তু তাই মোক তোমাৰ দৰে মৰম দিব নোৱাৰে) ছোৱালী : মনে মিলা ছোৱালী পাই গলা যেতিয়া, বিয়া কেতিয়া পাতিবা ? ( তুমি যাৰ লগতে নাথাকা, মই তোমাক সদায় ভাল পাই থাকিম) লৰা; পাতিলে জনাম দিয়া ৷ ( মিছাকে কৈছো ৷ প্লিজ নাকান্দিবা ) ছোৱালী : শুভেচ্ছা জনালো ৷ ভাল দৰে থাকিবা ৷ ( তোমাৰ সুখেই, মোৰ সুখ) ছোৱালী জনীৰ চকু চলচলিয়া হৈ গল ৷ যেনতেনে চকুলো সামৰি বিদায় লৈ যাব লওঁতে লৰাটোৰ হাতত ৰুমালেৰে মেৰিয়াই থোৱা দেখি কলে -- ছোৱালী : কি হল হাতত ? লৰা : তোমাক এটা কথা কোৱা হোৱাই নাই… …… আমাৰ ব্ৰেক-আপ হল ৷ ছোৱালী : কিয় ? আকৌ নতুন কৰোবাক লগ পালা নেকি ? লৰা ; সিদিনা তাই মোক টেটু কৰি তাইৰ নামতো মোৰ হাতত লিখি লবলৈ কৈছিল ৷ মইও তাইৰ কথা মতে আৰ্টিছৰ ওচৰলৈ গলো ৷ কিন্তু কিয় নাজানো, যেতিয়া আৰ্টিছজনে গাৰ্ল ফেৰ্ন্দৰ নামতো সুধে, তেতিয়া মই তোমাৰ নামটো কৈ দিলো আৰু তোমাৰ নামতো মোৰ হাতত লিখা হৈ আছে ৷ ছোৱালী জনীৰ চকু পানী উলাই আহিল ৷ তাই লৰাটোক সাৱতি ধৰি কান্দি কান্দি কলে -- ছোৱালী : তুমি মোক ইমান ভাল পোৱা ? লৰা : বহুত বহুত ভাল পাও ৷ ছোৱালী ; আই লাভ ইউ বান্দৰ ৷ লৰা : আই লাভ ইউ টু কান্দুৰী ৷ কান্দোনৰ মাজতে হাঁহিৰ খলকনি উঠিল ৷ ☞ প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেম সচা হলে দুটা শৰীৰত এটা আত্মা থকা যেন হয় ৷ ভুল বুজা বুজি হোৱাতো স্বাভাৱিক ৷ এইবোৰ বাধা আতৰাই আগুৱাই যোৱাতো সচা প্ৰেমৰ লক্ষণ ৷ কেনে লাগিল জনাব ৷
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» এজনী ছোৱালীয়ে ফেচবুকত স্টেটাচ এটা দিলে - "মোৰ হাতত মহে কামুৰিলে” তাত কেইজনমান লৰাই কমেন্ট দিলে লৰা ১ = অ... মাই গড । তুমি ঠিকে আছাটো। লৰা ২ = প্লিজ বেবি,তুমি নিজক কেয়াৰ লোৱা । লৰা ৩ = মধু, মই এতিয়াই তোমাৰ ঘৰ গৈ আছো,হস্পিতলৈ ওলোৱা।লৰা ৪ = সেই মহতো জন্ম হৈয়ে মৰিনগল কিয়। সেই একেটা স্টেটাচ তপনেও কপি কৰি ফ বিত দিলেে - "মোৰ হাতত মহে কামুৰিলে” তলত লৰাবিলাকে কমেন্ট দিলে লৰা ১ = কি বে,নলাৰ কাষত শুই আছিলি নেকি । লৰা ২ = তয়ো মহজনীক কামুৰি দে,হচাপ বৰাবৰ । লৰা ৩ = ফটা আঠুৱা মাজত শুলে মহে কামুৰিবই । লৰা ৪ = কচুৱা কিনি লবি ভীক্ষাৰী ।। তপন বেহুচ......
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» লক্ষ্যহীন জীৱন, উদ্দেশ্যবিহীন জীৱন… সকলো হেৰুৱালো তোমাৰ স'তে… জীয়াই থকাৰ মোহ, সাজিবলৈ সপোন… সকলো হেৰুৱালো… মোৰ উপস্থিতি আজি তোমাৰ বাবে বিৰক্তিকৰ, সেয়ে আতঁৰি যাব খোজো বহু দূৰলৈ… কিন্তু, কিদৰে মচিম হৃদয়ৰ পৰা তোমাৰ প্ৰতিচ্ছৱিবোৰ… বুকুৰ একোণৰ পৰিত্যক্ত ভালপোৱাবোৰ… মই একেবাৰে অসহায়… নু…মই একেবাৰে অসহায়…৷৷
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» এজন ল’ৰাই এজনী ছোৱালীক প্রথমবাৰ দেখিয়েই ভাল পাই পেলাইছিলে। ল’ৰাটোৱে ছোৱালীজনীক প্রপ’জ কৰিলে.... ছোৱালীঃ তোমাৰ এক মাহৰ যিমান উপার্জন, সিমান মোৰ এসপ্তাহৰ খৰচ, সেয়েহে মই তোমাক ভাল পাব নোৱাৰো। তথাপিও ল’ৰাটোৱে তাইক মনত ভাল পায়েই থাকিল। ২০ বছৰ মান পাছত কিবা সংযোগত দুয়ো এটা ম'ল (দোকান)ত লগ হ’ল, কথাৰ মাজতে ছোৱালী জনীয়ে ক’লে মোৰ স্বামীয়ে এটা বহুত ডাঙৰ কোম্পানীত ছাকৰি কৰে। তেখেতৰ দৰ্মহা এমাহত ৮০ হাজাৰ । তেখেত বহুত ইন্টেলিজেন। এতিয়া তুমিয়েই কোৱা, সেইদিনা মই তোমাৰ লগত সম্পর্ক নকৰি বেয়া কৰিলো নেকি....?? তাইক ভালপোৱা সেই ল'ৰাজনৰ চকু চলচলীয়া হৈ পৰিল ল’ৰাজনে কিবা ক’বলেই লওতেই ছোৱালী জনীৰ গিৰিয়েক আহিল আৰু তেওঁ ল’ৰাজনক দেখি সুধিলেঃ ছাৰ, আপুনি ইয়াত..! (দুই এষাৰ কথাৰ পাছত দুয়ো এৰা এৰি হ’ল।) পাছত ছোৱালীজনীৰ গিৰিয়েকে জনালে যেঃ . . . . . . . . . তেখেত আমাৰ কোম্পানীৰ মালিক আৰু এবছৰত ৫০০ কোটি টকাৰ টার্নঅভাৰ আছে, ছাৰে এজনী ছোৱালী ভাল পাইছিল, তাই অস্বীকাৰ কৰিলে, সেইকাৰণে আজিলৈকে বিয়াই নাইপতা.... তাকে শুনি ছোৱালীজনী ইমোচনেল হৈ পৰিল । . . . . জীৱনত কেতিয়া কি হয় কোনেও নাজানে, সময়ে কাৰোবাক খালত পেলাবও পাৰে কাৰোবাক আকাশত তুলি দিব পাৰে "ভালপোৱাক বুজিবলে চেষ্টা কৰক আৰু মহত্ব দিয়ক, ইয়াক ধনৰ লগত তুলনা নকৰিব। কাৰণ প্রেম স্বর্গীয়" ණ
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» জীৱনত কেতিয়াও কাকো বেছি গুৰুত্ব নিদিব। আপুনি যাক বেছি গুৰুত্ব দিব, তেওঁৰ ওচৰত আপুনি গুৰুত্বহীন হৈ পৰিব। আৰু তেওঁৰ গুৰুত্বহীনতাই আপোনাক বহুত কষ্ট দিব ।
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» একে ক্লাছতে পঢ়া এহাল প্ৰেমিক প্ৰেমিকা । প্ৰেমত ইমানেই মজিলে যে , পঢ়াশুনাৰ ফালে পিঠি দিলে । দিনে ৰাতিয়ে কেৱল প্ৰেম মাথো প্ৰেম । ক্লাছত প্ৰেম , কেণ্টিনত প্ৰেম আনহে নালাগে ৰাতি এপৰৰলৈকে মোবাইলতো প্ৰেম । , ফলাফল , দুয়োটাই পৰীক্ষাত গেঠেলা মাৰিলে । , লাজ চৰমক জলাঞ্জলি দি , দুয়োটাই ৰিজাল্ট দিয়াখনো ৰাতি ফোনত কথা পাতিছে । , প্ৰেমিকা = জানা জান । দেউতাই কৈছে মোৰ আৰু পঢ়াশুনা বন্ধ । ৰিক্সাৱালা এটা পালেও মোক হেনু বিয়া দি দিব । , , প্ৰেমিক = ভালেই হ'ল দেহা !! মোকো দেউতাই আৰু পঢ়াশুনা কৰিবলে আৰু নিদিয়ে । ৰিক্সা এখন হে বোলে কিনি দিব । তাকে চলাব লাগিব । সঁচাকৈযে ভগবানে আমাক এক কৰিহে এৰিব ।।
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» কাৰোবাক ভালপাবৰ কাৰণে এক ছেকেণ্ড লাগে,প্ৰথম চাৱনিতেই ভালপোৱা হব পাৰে কিন্ত সেই ভালপোৱা পাহৰিবলৈ গোটেই জীৱন লাগি যায়....তথাপিওঁ আপোনজনক পাহৰিব নোৱাৰি....... মই জীয়াই থাকিব খোজো নাই, তোমাক পাবৰ বাবে নহয়.... তোমাৰ অবিহনেও যে সুখী হব পাৰো, তাকে দেখুৱাবলৈহে...................
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» "গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন ১/ শিক্ষাগত অৰ্হতা : নিম্নতম H S L C উৰ্ত্তীন্ন হ'ব লাগিব । তাৰ ওপৰত সকলোৱে আবেদন কৰিব পাৰিব । ২/ উচ্চতা : নিম্নতম ৫ ফুট । তাৰ তলত হ'লে আবেদন গ্ৰহণযোগ্য নহয় । ৩/ ওজন : সৰ্বোচ্চ ৫০ কে জি । ( অতিপাত চৰ্বীযুক্ত হ'লে নহ'ব ) ৪/ গাৰ বৰণ : বগা হ'লে ভাল হয় । মাগুৰ বৰণীয়াও বৰ এটা বেয়া নহয় । অৱশ্যে কলা হ'লেও আবেদন কৰিব পাৰিব । কথাতে কয় নহয় , "ৰূপে কি কৰে , গুণেহে সংসাৰ তৰে ।" ৪ / মন মানসিকতা : পাত্ৰীৰ মন অতি উচ্ছ হোৱাতো প্ৰয়োজন । অনুগ্ৰহ কৰি প্ৰেমক এক খেলা বুলি ভবাসকলে আবেদন নকৰাই ভাল । তেনে প্ৰেমিকাতকৈ নিসংগ থকাই বহুত ভাল । ৫/ বয়স :15 ৰ পৰা 23 গ্ৰহণ যোগ্য । ৬/ সুবিধা সমূহ : বেতনৰ কোনো ব্যৱস্হা নাই । তথাপিও মাজে সময়ে ডেটিংত যোৱা , ৰেষ্টুৰেণ্টত খোৱা , মোৱাইল ৰিচাৰ্জ , ফুচকা খোৱা আদি বিনামূলিয়াকৈ লাভ কৰিব । কিন্তু সকলো সময়তে এইবোৰৰ খৰচ বহন কৰিবলৈ মই অপাৰগ । গতিকে মাজে মাজে নিজেও দুই চাৰিটকা খৰচ কৰিব পাৰিব লাগিব । ৭/ বিশেষ সুযোগ : সচাকৈ মনে মিলিলে , পিছলৈ আজীৱন লগৰী কৰাৰ ১০০ শতাংশ গেৰাণ্টী আছে । ৮/ পদৰ সংখ্যা : মাত্ৰ ১ টা । 9.যোগাযোগৰ ঠিকনা ………বিশেষ কষ্টৰ প্ৰয়োজন নাই । মাত্ৰ মোৰ ইনবক্সত মেচেজ কৰি জনালেই হ'ব ।
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Mozilla/IN]
» ৰাতি শোৱাৰ আগতে এটা মহ মাৰি ল’ৱ লাগে.. কাৰণ তেতিয়া বাকী মহবিলাক মৃত মহটোৰ শেষকৃত্য কৰিবলৈ গুচি যাব, আৰু আপুনি বিন্দাচ শুই থাকিব পাৰিব.! মা-কচম, সৰুৰে পৰা intelligent হও মই কিন্তু মনত কোনো অহংকাৰ নাই.. . বিজ্ঞানে কয় খোৱা পানী গৰম কৰিলে বীজাণুবোৰ মৰি যায় কিন্তু বিজ্ঞানে এইটো কথা নাজানে যে বীজাণুবোৰ মৰাৰ পাছত তাহাঁতৰ dead body বোৰ পানীতে থাকি যায়। বকৱাচ বিজ্ঞান ! মা-কচম, সৰুৰে পৰা intelligent হও মই কিন্তু মনত কোনো অহংকাৰ নাই.. . গৰু আৰু মেকুৰী দুয়ো বাই-ভনী হয় এতিয়া আপুনি ভাবিছে চাগে কেনেকৈ হয় বুলি মই কৈছো নহয় . . গো মাতা আৰু মেকুৰী মাহী.. কৈছিলো নহয় কচম চে সৰুৰে পৰা intelligent হও মই কিন্তু মনত কোনো অহংকাৰ নাই.. প্লীজ, হাতটালি নবজাব.. মই প্রচাৰ ভাল নাপাওঁ....!!
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
Post by Admin [Rintu] [Chrome 47.0/IN]
» ক্লাছ ছিক্সত পঢ়া ছোৱালী এজনিক যদি " I L♡VE YOU " বুলি কয় , তেতিয়া তাই হয়টো ৰিপ্লাই দিব … ……" কি কথা কৈছে , ঘৰত কৈ দিম ৰ'ব !! " , , ক্লাছ এইটত পঢ়া ছোৱালী এজনিক যদি …… … "মই তোমাক ভাল পাওঁ " বুলি কয় তেতিয়া তাই ৰিপ্লাই দিব ……" কি কথা কৈছে দাদা । মই আপোনাক দাদা বুলি মাতো আৰু আপুনি এইবোৰ কি কৈছে । আপুনি এনেকুৱা বুলি ভবা নাছিলো দেই !! " , সহপাঠী ছোৱালী এজনি যদি " I L♡VE U " বুলি কয় , তেতিয়া হয়টো তাই ৰিপ্লাই দিব ………" নহ'ব দেই ! আমি অৱশ্যে ভাল বন্ধু হৈ থাকিব পাৰিম । " , বয়সত কৈ ডাঙৰ ছোৱালী এজনিক যদি " I L♡VE U " বুলি কয় ……তেতিয়া হয়টো আপুনি ৰিপ্লাই পাব ……" ঐ কুকুৰ , ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে নাজান নেকি ? একে চৰে দাঁত সৰোৱাই দিম । বায়েৰক চিনি পোৱা নাই ?" , কিন্তু যেতিয়া আপুনি আপোনাৰ android মোৱাইলৰ টকিং টম option টো start কৰি ক'ব ………" I L♡VE U " তেতিয়া ৰিপ্লাইও আহিব ……" I L♡VE U " বুলি …… … এটা মেকুৰিয়েও ভালপোৱাৰ সাৰমৰ্ম বুজে , কিন্তু এই ছোৱালী মখাই নুবুজে দেই !!! , সেইবাবেই ……" I L♡ve my android mobile টকিং টম
Forword SMS | Copy SMS | Share WhatsApp | Share SMS
Copy Sms:
1 2 3 4 5
All Sms Copyed From Others Sites Or Some One Send me To Uploaded it. (Site r Admin Mane Msg r Admin nahoy...)
Like(57.5%)
UnLike(42.5%)
Together 419 voters
# Home
# Back
# Top^
## Disclaimer/Terms Of Use | ## DMCA | ## Terms & Conditions
Hindi Song
Download Android App for Free
Vidmate  Android Games  UC Browser  more